'ভোগালী বিহু' উৎযাপনৰ নতুন পদক্ষেপ 'ভোগালীৰ আড্ডা' অনুষ্ঠিত হ' ব, য’ত সমবেত বিহু বলীয়া ৰাইজৰ মাজৰ স্বতঃস্ফুৰ্ত ভাবে নিগৰিব গীত - মাত আৰু নৃত্য। উপস্থিত শিল্পীসকলে তেখেতসকলৰ অনুষ্ঠান প্ৰদৰ্শন কৰিব। বিহুতলিত বিভিন্ন সামগ্ৰীৰ বিপনীও থাকিব।
"Bhogalir Adda" is an unique way of celebrating the feasting festival of Assam - "Bhogali Bihu". The event will consist of informal light entertainment and discussions among the members present. A few will showcase their cultural talent. Few of the members are also going to put stalls. It would be followed by lighting the "Meji" and "Bhogalir Bhoj".

