নায়িকা তাপসীয়ে চহৰৰ পৰা উচ্চ শিক্ষা সাং কৰি এটা সু্স্থিৰ জীৱনৰ সন্ধানত নিজ ঘৰলৈ ঘূৰি আহে, কিন্তু স্কুলীয়া সময়ত এৰি থৈ যোৱা ঘৰখন গাৱখন এতিয়া নাই, তাই যেন প্ৰৱেশ কৰে অন্য অচিনাকী এখন পৃথিৱীতহে ৷ যত তাইৰ চিনাকী কেৱল এগৰাকী নাৰী ৷ আৰু যেতিয়া তাইৰ এই কথা উপলব্ধি হয় তাইৰ সংঘাট মাথো এটা পৰিয়াল নতুন এখন গাৱৰ সতে নহয়, এটা শিল হৈ পৰা ব্যৱস্থাৰ সতে আৰম্ভ হয় ৷
For 4:30 PM Booking: https://cutt.ly/jolsobi430
Awards for the film: Best Director, Best Screenplay, Best Cinematography
World premiered in the 45th São Paulo International Film Festival at New Director's Competition section.

