ৰূপান্তৰেহে সমাজ শুৱনি কৰে, কিন্তু তাৰ মাজত পৃষ্ট হয় বহু সাধাৰণ সপোন! উচ্চ শিক্ষিত যুৱতী তাপসীৰ প্ৰেম, সপোন আৰু স্বভিমানৰ সতে আৰম্ভ হয় পৰিয়াল আৰু পৰম্পৰাৰ এখন অঘোষিত যুদ্ধ। কিন্তু নাৰীৰ আৰ্তনাদেই যেতিয়া পুৰুষৰ ভূষণ হয়, সেই সমাজত তাপসীৰ বক্ষ হব লাগিব শিলতকৈও কঠিন। পাৰিবনে তাই?
For 1:30 PM Booking: https://cutt.ly/jolsobi

